আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নতৰ ওপৰত বাধ্যতামূলকভাৱে আমল কৰা, আৰু যিয়ে ইয়াক অস্বীকাৰ কৰে তাক কাফিৰ বুলি গণ্য কৰা
আল-কোৰআনুল কাৰীমৰ অসমীয়া অৰ্থানুবাদ - (অসমীয়া)
আল-কোৰআনুল কাৰীমৰ অসমীয়া অৰ্থানুবাদ
আহলে ছুন্নাত ওৱাল জামাআতৰ আক্বিদা - (অসমীয়া)
আহলে ছুন্নাত ওৱাল জামাআতৰ আক্বিদা: পুথিটোত আল্লাহ্ৰ তাওহীদ; ফিৰিস্তা সকল, ঐশী পুথি, ৰাছুল সকল, আখিৰাত বা পৰকাল আৰু তাকদীৰৰ প্ৰতি ঈমান অনাৰ ক্ষেত্রত আহলে ছুন্নাত ওৱাল জামা‘আতৰ আক্বিদা-বিশ্বাস বৰ্ণনা কৰা হৈছে।
চৰীয়তৰ স্বয়ংসম্পূৰ্ণতা আৰু বিদ‘আতৰ ভয়াৱহতা - (অসমীয়া)
এই পুস্তিকাটোত দ্বীনৰ পৰিপূৰ্ণতা আৰু নিখুঁত হোৱা আৰু বিদ‘আতীসকলৰ বিভিন্ন আপত্তি লগতে সিহঁতৰ বিভিন্ন যুক্তিৰ উত্তৰ কোৰআন আৰু ছুন্নাহৰ আলোকত অতি সুন্দৰভাৱে দাঙি ধৰা হৈছে। ইয়াৰ বাহিৰে পুস্তিকাটোত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ইত্তেবা বা অনুকৰণ সাব্যস্ত হোৱাৰ বাবে যিবোৰ বিষয় প্ৰয়োজনীয় সেইবোৰ সংক্ষিপ্তভাৱে বৰ্ণনা কৰা হৈছে।
ঈমানৰ মূলনীতিসমূহৰ ব্যাখ্যা - (অসমীয়া)
ঈমানৰ মূলনীতিসমূহৰ ব্যাখ্যা নামৰ উক্ত কিতাপখন শ্বাইখ মুহাম্মদ বিন ছলেহ আল উছাইমান ৰাহিমাহুল্লাহ ৰচিত। ইয়াত তেখেতে ঈমানৰ মূলনীতিসমূহৰ ব্যাখ্যা চৰিয়তি প্ৰমানাদি আৰু যুক্তিৰে অতি স্পষ্টকৈ লিপিবদ্ধ কৰিছে। কিতাপখন প্ৰত্যেকৰে বাবে উপকাৰী।
আন-নাৱাৱীৰ চল্লিশ হাদীছ - (অসমীয়া)
আন-নাৱাৱীৰ চল্লিশ হাদীছ: এইটো এটা বিখ্যাত মূলভাষ্য, য’ত বিভিন্ন বিষয়ত চনদবিহীন মুঠ বিয়াল্লিশটা হাদীছ আছে। ইয়াৰ প্ৰতিটো হাদীছেই দ্বীনৰ একোটা ভিত্তি স্বৰূপ। আখিৰাত অনুৰাগী প্ৰত্যেকৰে এইবোৰ হাদীছ জনা উচিৎ। কিয়নো, এইবোৰত আছে বহুতো গুৰুত্বপূৰ্ণ বিষয়াদি আৰু সকলো সৎকৰ্মৰ ইঙ্গিত।
ইছলামৰ সংক্ষিপ্ত পৰিচয় সম্পৰ্কে এইখন এখন অতি গুৰুত্বপূৰ্ণ পুস্তিকা। ইয়াত ইছলামৰ গুৰুপূৰ্ণ বিধি-বিধানসমূহ আৰু শিক্ষা তথা বৈশিষ্ট্যবোৰ ইছলামৰ মূল উৎসৰ আলোকত অৰ্থাৎ কোৰআন আৰু হাদীছৰ আলোকত বৰ্ণনা কৰা হৈছে। পৰিৱেশ পৰিস্থিতি ভিন ভিন হোৱা সত্তেও এই পুস্তিকাখনৰ দ্বাৰা প্ৰত্যেক সময় আৰু প্ৰত্যেক স্থানৰ মুছলিম আৰু অমুছলিমক সম্বোধন কৰা হৈছে।
সুখি জীৱনৰ কিছুমান উপকাৰী উপায় - (অসমীয়া)
সুখি জীৱনৰ কিছুমান উপকাৰী উপায়: পুস্তিকাটোত এনে কিছুমান উপায়-পদ্ধতি আলোচনা কৰা হৈছে, যিবোৰ পালন কৰিলে অন্তৰৰ সুখ-শান্তি লাভ হ’ব আৰু দুখ-চিন্তা দূৰ হ’ব।
হিছনুল মুছলিম - (অসমীয়া)
হিছনুল মুছলিম বা মুছলিমৰ দুৰ্গ কোৰআন আৰু বিশুদ্ধ হাদিছৰ আধাৰত লিখা এই পুথিখন বিশ্বৰ কেইবাটাও ভাষাত অনুবাদ হৈছে। আলহামদুলিল্লাহ, অসমীয়া জ্ঞানধাৰী লোক সকলৰ সুবিধাৰ্থে অসমীয়া ভাষাত ইয়াৰ অনুবাদ সম্পন্ন হ’ল।
এইটো শ্বাইখ আব্দুল আজীজ ইবনে আব্দুল্লাহ ইবনে বাজ ৰাহিমাহুল্লাহ লিখিত এটা গুৰুত্বপূৰ্ণ পুস্তিকা ‘আদ-দুৰুছুল মুহিম্মাহ লি আম্মাতিল উম্মাহ’-ৰ ব্যাখ্যাগ্ৰন্থ। ইয়াত তেখেতে মুছলিম উম্মাহৰ বাবে প্ৰয়োজনীয় বিষয়সমূহ যেনে, ঈমান আৰু ইয়াৰ নীতিমালা, ইছলাম আৰু ইয়াৰ ৰুকনসমূহ আলোচনা কৰিছে। ফলত ইয়াত স্থান পাইছে তৌহীদ আৰু ইয়াৰ প্ৰকাৰসমূহ, শ্বিৰ্ক আৰু ইয়াৰ প্ৰকাৰ, ছালাত....
সঠিক ধৰ্ম বিশ্বাস আৰু ইয়াৰ পৰিপন্থী বিষয় - (অসমীয়া)
সঠিক ধৰ্ম বিশ্বাস আৰু ইয়াৰ পৰিপন্থী বিষয়। এইটো আল্লামা শ্বাইখ আব্দুল আজীজ ইবন বাজ ৰাহিমাহুল্লাহৰ এটা ভাষণ, য’ত তেখেতে আহলে ছুন্নাত অল জামা‘আতৰ মৌলিক আকীদা-বিশ্বাস দাঙি ধৰিছে। কাৰণ, কোৰআন আৰু ছুন্নাহৰ পৰা এই কথা স্পষ্ট হয় যে, কোনো কথা ও কৰ্ম তেতিয়াই শুদ্ধ ও গ্রহণযোগ্য হ’ব যেতিয়া সেইটো ছহীহ আকীদাৰ....
উক্ত পুস্তিকাত আটাইতকৈ বৰকতময়, মহান, শ্ৰেষ্ঠ আৰু কল্যাণকৰ কলিমা ‘লা-ইলা-হা ইল্লাল্লাহ’ৰ ফজীলত, বক্তব্য, চৰ্ত আৰু পৰিপন্থী বিষয়ক অতি জৰুৰী কিছুমান কথা অন্তৰ্ভূক্ত কৰা হৈছে। আশা কৰো পাঠকবৰ্গই ইয়াৰ দ্বাৰা উপকৃত হ’ব।

API

