উক্ত অডিঅটোত ইছলাম বিনষ্টকাৰী দহটা বিষয় সংক্ষিপ্তভাৱে বৰ্ণনা কৰা হৈছে, যিবোৰ জনা প্ৰত্যেকজন মুছলিমৰ বাবে অপৰিহাৰ্য।
ইছলাম বিনষ্টকাৰী বিষয়সমূহ - (অসমীয়া)
সঠিক ধৰ্ম বিশ্বাস আৰু ইয়াৰ পৰিপন্থী বিষয় - (অসমীয়া)
সঠিক ধৰ্ম বিশ্বাস আৰু ইয়াৰ পৰিপন্থী বিষয়। এইটো আল্লামা শ্বাইখ আব্দুল আজীজ ইবন বাজ ৰাহিমাহুল্লাহৰ এটা ভাষণ, য’ত তেখেতে আহলে ছুন্নাত অল জামা‘আতৰ মৌলিক আকীদা-বিশ্বাস দাঙি ধৰিছে। কাৰণ, কোৰআন আৰু ছুন্নাহৰ পৰা এই কথা স্পষ্ট হয় যে, কোনো কথা ও কৰ্ম তেতিয়াই শুদ্ধ ও গ্রহণযোগ্য হ’ব যেতিয়া সেইটো ছহীহ আকীদাৰ....
তৌহীদ আৰু ইয়াৰ প্ৰকাৰ সমূহ - (অসমীয়া)
তৌহীদ আৰু ইয়াৰ প্ৰকাৰ সমূহ। ভাই ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমানে দৰং জিলাৰ হিৰাপাৰাত অনুষ্ঠিত ইছলামিক চেমিনাৰত প্ৰদান কৰা এটা ভাষণ। ইয়াত তেখেতে তৌহীদৰ প্ৰকাৰ সমূহ আৰু ইয়াৰ চমু ব্যখ্যা দাঙি ধৰিছে।
চাৰিটা নীতিমালা - (অসমীয়া)
এই অডিঅ ফাইল খনত চাৰিটা নীতিমালা সম্পৰ্কে আলোচনা কৰা হৈছে। ইয়াত তৌহীদ আৰু শ্বিৰ্কৰ চাৰিটা গুৰুত্বপূৰ্ণ নীতিমালা দাঙি ধৰা হৈছে।লগতে মুশ্বৰিক সকলে দাবী কৰা শ্বাফাআত আৰু তৌহীদপন্থী সকলৰ দাবী কৰা শ্বাফাআতৰ মাজত থকা পাৰ্থক্য বৰ্ণনা কৰা হৈছে।
ইছলামী দৃষ্টিকোণত অলী আউলিয়া সকলৰ অছীলা গ্ৰহণ - (অসমীয়া)
এই অডিঅ ফাইল খনত ইছলামী দৃষ্টিকোণত অলী আউলিয়া সকলৰ অছীলা গ্ৰহণ কৰা সম্পৰ্কে আলোচনা কৰা হৈছে।
যুলহিজ্জা মাহৰ প্ৰথম দহ দিনৰ : ফজিলত আৰু আমল - (অসমীয়া)
এই ভাষনত কোৰআন আৰু ছুন্নাহৰ আলোকত যুলহিজ্জা মাহৰ প্ৰথম দহকৰ ফজিলত, আৰু ইয়াত কৰিবলগীয়া আমলসমূহ আলোচনা কৰা হৈছে।
ৰজব মাহ সম্পৰ্কে সতৰ্কবাণী - (অসমীয়া)
ৰজব মাহ সম্পৰ্কে জ্ঞাতব্যঃ পৱিত্ৰ মাহ সমূহৰ বৰ গুৰুত্ব আহিছে। সেই পৱিত্ৰ মাহ সমূহৰ মাজতে এটা হৈছে ৰজব মাহ। গতিকে পাপ কৰ্ম আৰু প্ৰচলিত বিদআত বৰ্জন কৰি এই মাহৰ পৱিত্ৰতা ৰক্ষা কৰা প্ৰত্যেকৰে দায়িত্ব। এই প্ৰৱন্ধত সেই বিষয়টোকে উল্লেখ কৰা হৈছে।
অসমীয়া ভাষাত (ছুৰা আল-ফাতিহা)ৰ অৰ্থানুবাদৰ অডিঅ ৰেকৰ্ডিং। আয়াত অনুসৰি খণ্ডিত। লগতে ক্বাৰী মিশ্বাৰী ৰাশ্বিদ আল-আফাছীৰ কণ্ঠত তিলাৱত।
অসমীয়া ভাষাত (ছুৰা আল-বাক্বাৰাহ)ৰ অৰ্থানুবাদৰ অডিঅ ৰেকৰ্ডিং। আয়াত অনুসৰি খণ্ডিত। লগতে ক্বাৰী মিশ্বাৰী ৰাশ্বিদ আল-আফাছীৰ কণ্ঠত তিলাৱত।
অসমীয়া ভাষাত (ছুৰা আলে ইমৰাণ)ৰ অৰ্থানুবাদৰ অডিঅ ৰেকৰ্ডিং। আয়াত অনুসৰি খণ্ডিত। লগতে ক্বাৰী মিশ্বাৰী ৰাশ্বিদ আল-আফাছীৰ কণ্ঠত তিলাৱত।
অসমীয়া ভাষাত (ছুৰা আন-নিছা)ৰ অৰ্থানুবাদৰ অডিঅ ৰেকৰ্ডিং। আয়াত অনুসৰি খণ্ডিত। লগতে ক্বাৰী মিশ্বাৰী ৰাশ্বিদ আল-আফাছীৰ কণ্ঠত তিলাৱত।
অসমীয়া ভাষাত (ছুৰা ত্বা-হা)ৰ অৰ্থানুবাদৰ অডিঅ ৰেকৰ্ডিং। আয়াত অনুসৰি খণ্ডিত। লগতে ক্বাৰী মিশ্বাৰী ৰাশ্বিদ আল-আফাছীৰ কণ্ঠত তিলাৱত।