×
Image

বিশ্ব মানৱতাৰ প্ৰতি মহানবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ১০ অবদান - (অসমীয়া)

লিখকে এই প্ৰৱন্ধত অতি সংক্ষেপে বিশ্ব মানৱতাৰ প্ৰতি মহা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কিছুমান অৱদান ১০ টা পয়েন্টত আলোচনা কৰিছে।

Image

কলিমা ‘লা ইলা-হা ইল্লাল্লাহ’ৰ অৰ্থ, চৰ্তসমূহ লগতে ব্যক্তি আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ - (অসমীয়া)

‘লা ইলা-হা ইল্লাল্লাহ’ — আল্লাহৰ বাহিৰে আন কোনো সত্য মাবুদ বা উপাস্য নাই। এইটো ইছলামৰ চূড়ান্ত কলিমা, মানৱ জীৱনৰ পৰম বাক্য। এই সৰু কিন্তু মূল্যবান পুস্তিকাত এই বাক্যৰ মৰ্যাদা, ফজীলত, স্তম্ভ বা ৰুকন, চৰ্ত, অৰ্থ, চাহিদা বা দাবী, উপকাৰিতা আৰু প্ৰভাৱ আলোচিত হৈছে।

Image

ইছলাম বিনষ্টকাৰী বিষয়সমূহ - (অসমীয়া)

উক্ত প্ৰৱন্ধটোত ইছলাম বিনষ্টকাৰী দহটা বিষয় সংক্ষিপ্তভাৱে বৰ্ণনা কৰা হৈছে, যিবোৰ জনা প্ৰত্যেকজন মুছলিমৰ বাবে অপৰিহাৰ্য।

Image

ছুন্নতে ৰাছুল খামুচি ধৰা আৰু বিদ‘আতৰ পৰা সতৰ্ক থকা অপৰিহাৰ্য - (অসমীয়া)

উক্ত পুস্তিকাটোত কোৰআন আৰু ছহীহ হাদীছ দৃঢ়তাৰে ধাৰণ কৰা আৰু বিদআত পৰিহাৰ কৰা বিষয়টো দাঙি ধৰা হৈছে।

Image

গুৰুত্বপূৰ্ণ কিছুমান দুআ - (অসমীয়া)

গুৰুত্বপূৰ্ণ কিছুমান দুআ

Image

ওমৰাৰ বিৱৰণ, বিধি-বিধান আৰু নিয়ম-নীতি সম্পৰ্কীয় এটি সংক্ষিপ্ত পুস্তিকা - (অসমীয়া)

ওমৰাৰ বিৱৰণ, বিধি-বিধান আৰু নিয়ম-নীতি সম্পৰ্কীয় এটি সংক্ষিপ্ত পুস্তিকা

Image

হজ্জৰ সংক্ষিপ্ত পদ্ধতি - (অসমীয়া)

হজ্জৰ সংক্ষিপ্ত পদ্ধতি

Image

হাদীছ বিশ্বকোষৰ পৰা নির্বাচিত কিছুমান হাদীছ। - (অসমীয়া)

হাদীছ বিশ্বকোষৰ পৰা নির্বাচিত কিছুমান হাদীছ।

Image

নাৰীসকলৰ প্ৰাকৃতিক ৰক্তস্ৰাৱ সম্পৰ্কীয় বিধি-বিধান - (অসমীয়া)

নাৰীসকলৰ প্ৰাকৃতিক ৰক্তস্ৰাৱ সম্পৰ্কীয় বিধি-বিধান

Image

মই এজন মুছলিম - (অসমীয়া)

মই এজন মুছলিম

Image

জানাযাৰ মছলা মাছাইল আৰু তাৰ কিছুমান বিদআত - (অসমীয়া)

জানাযাৰ মছলা মাছাইল আৰু তাৰ কিছুমান বিদআতঃ উক্ত কিতাপ খনত লেখকে জানাযাৰ মছলা মাছাইল সমূহ কোৰআন আৰু বিশুদ্ধ হাদিছৰ আধাৰত লিপিবদ্ধ কৰিছে। কিতাপ খন সকলোৰে বাবে উপকাৰী।

Image

ছুৰা আল-ফাতিহা আৰু ছুৰা আল-বাক্বাৰাৰ অসমীয়া অনুবাদ লগতে সংক্ষিপ্ত ব্যাখ্যা - (অসমীয়া)

ছুৰা আল-ফাতিহা আৰু ছুৰা আল-বাক্বাৰাৰ অসমীয়া অনুবাদ লগতে সংক্ষিপ্ত ব্যাখ্যা কৰা হৈছে। ইয়াত আয়াতৰ দ্বাৰা আয়াতৰ তফছীৰ কৰা হৈছে আৰু ছহীহ হাদীছৰ দ্বাৰা লগতে ছাহাবী আৰু তাবেঈনসকলৰ উক্তিও অন্তৰ্ভূক্ত কৰা হৈছে। আক্বীদাৰ বিষয়টো বিশেষ মনোযোগ দিয়া হৈছে।