×
Image

হজ্জ আদায় কৰাৰ পদ্ধতি - (অসমীয়া)

উক্ত প্ৰৱন্ধটোত হজ্জ আদায় কৰাৰ পদ্ধতি বৰ্ণনা কৰা হৈছে।

Image

ওমৰাৰ বিৱৰণ, বিধি-বিধান আৰু নিয়ম-নীতি সম্পৰ্কীয় এটি সংক্ষিপ্ত পুস্তিকা - (অসমীয়া)

ওমৰাৰ বিৱৰণ, বিধি-বিধান আৰু নিয়ম-নীতি সম্পৰ্কীয় এটি সংক্ষিপ্ত পুস্তিকা

Image

হজ্জৰ সংক্ষিপ্ত পদ্ধতি - (অসমীয়া)

হজ্জৰ সংক্ষিপ্ত পদ্ধতি

Image

যুলহিজ্জা মাহৰ প্ৰথম দহ দিনৰ : ফজিলত আৰু আমল - (অসমীয়া)

এই ভাষনত কোৰআন আৰু ছুন্নাহৰ আলোকত যুলহিজ্জা মাহৰ প্ৰথম দহকৰ ফজিলত, আৰু ইয়াত কৰিবলগীয়া আমলসমূহ আলোচনা কৰা হৈছে।

Image

যুলহিজ্জা মাহৰ প্ৰথম দহ দিনৰ : ফজিলত আৰু আমল - (অসমীয়া)

এই প্ৰবন্ধত কোৰআন আৰু ছুন্নাহৰ আলোকত যুলহিজ্জা মাহৰ প্ৰথম দহকৰ ফজিলত, আৰু ইয়াত কৰিবলগীয়া আমলসমূহ আলোচনা কৰা হৈছে।

Image

হজ্জৰ আৰকান, কৰণীয় আৰু তাৰ বিধান - (অসমীয়া)

এইটো এখন পামফ্লেট, যত হজ্জৰ আৰকান, কৰণীয় আৰু তাৰ বিধান সহজ-সৰলভাৱে বৰ্ণনা কৰা হৈছে।

Image

ওমৰাৰ আৰকান, কৰণীয় আৰু তাৰ বিধান - (অসমীয়া)

এইটো এখন পামফ্লেট, যত ওমৰাৰ আৰকান, কৰণীয় আৰু তাৰ বিধান সহজ-সৰলভাৱে বৰ্ণনা কৰা হৈছে।

Image

সিহঁতে মীনাৰ বাহিৰত ৰাতি অতিবাহিত কৰিছে; সিহঁতে জনা নাছিল যে মীনা সিহঁতৰ ওচৰত - (অসমীয়া)

হাজীসকলে যদি আয়্যামে তাশ্বৰিকৰ তিনি ৰাতি মীনাত অতিবাহিত নকৰে তাক হুকুম কি? অথবা কোনোবাই যদি ভুলবশতঃ ৰাতি অতিবাহিত কৰিব পৰা নাই তাৰ বিধান কি?

Image

এজন মৃত ব্যক্তিৰ ফালৰ পৰা একেই সময়ত দুজন ব্যক্তিৰ ওমৰাহ আদায় কৰা জায়েয হ’বনে? - (অসমীয়া)

এজন মৃত ব্যক্তিৰ ফালৰ পৰা একেই সময়ত দুজন ব্যক্তিৰ ওমৰাহ আদায় কৰা জায়েয হ’বনে নাই সেই বিষয়ে ফতোৱা প্ৰদান কৰা হৈছে।

Image

এনে ব্যক্তি যিয়ে হজ্জ কৰিব বিচাৰে কিন্তু হজ্জৰ কাৰ্যাৱলী সম্পৰ্কে অৱগত নহয় - (অসমীয়া)

এনে ব্যক্তি যিয়ে হজ্জ কৰিব বিচাৰে কিন্তু হজ্জৰ কাৰ্যাৱলী সম্পৰ্কে অৱগত নহয় তাৰ কৰণীয় কি এই বিষয়ে আলোচনা কৰা হৈছে

Image

হজ্জৰ কাৰ্যাৱলী শেষ হোৱাৰ আগতে বিদায়ী তাৱাফ কৰা ঠিক নহয় - (অসমীয়া)

হাজী চাহেবৰ বাবে জুলহিজ্জা মাহৰ ১২ তাৰিখে পোৱাৰ ভাগত বিদায়ী তাৱাফ কৰা আৰু তাৰ পিছত মীনাত উভতি আহি শিল গুটি দলিয়াই নিজ দেশৰ উদ্দেশ্যে ভ্ৰমণ কৰা জায়েয হ’বনে?

Image

কেনেকৈ আপোনাৰ হজ্জটো মকবুল হজ্জ হ’ব? - (অসমীয়া)

উক্ত ফতোৱাত মকবুল হজ্জৰ কিছুমান বিধি-বিধান উল্লেখ কৰা হৈছে যিবোৰ পালন কৰিলে এজন মুছলিম ব্যক্তিৰ হজ্জ সফল হ’ব ইন শ্বা আল্লাহ।