×
Image

ইছলাম পৱিত্ৰ কোৰআন আৰু হাদীছৰ আলোকত ইছলাম সম্পৰ্কে সংক্ষিপ্ত বাৰ্তা - (অসমীয়া)

ইছলাম পৱিত্ৰ কোৰআন আৰু হাদীছৰ আলোকত ইছলাম সম্পৰ্কে সংক্ষিপ্ত বাৰ্তা

Image

ইছলাম - পৱিত্ৰ কোৰআন আৰু হাদীছৰ আলোকত ইছলাম সম্পৰ্কে সংক্ষিপ্ত আলোচনা - (অসমীয়া)

ইছলামৰ সংক্ষিপ্ত পৰিচয় সম্পৰ্কে এইখন এখন অতি গুৰুত্বপূৰ্ণ পুস্তিকা। ইয়াত ইছলামৰ গুৰুপূৰ্ণ বিধি-বিধানসমূহ আৰু শিক্ষা তথা বৈশিষ্ট্যবোৰ ইছলামৰ মূল উৎসৰ আলোকত অৰ্থাৎ কোৰআন আৰু হাদীছৰ আলোকত বৰ্ণনা কৰা হৈছে। পৰিৱেশ পৰিস্থিতি ভিন ভিন হোৱা সত্তেও এই পুস্তিকাখনৰ দ্বাৰা প্ৰত্যেক সময় আৰু প্ৰত্যেক স্থানৰ মুছলিম আৰু অমুছলিমক সম্বোধন কৰা হৈছে।

Image

দ্বীন ইছলামৰ সৌন্দৰ্যৰ এক মূঠি মুক্তাদানা - (অসমীয়া)

“দ্বীন ইছলামৰ সৌন্দৰ্যৰ এক মূঠি মুক্তাদানা” পুস্তিকাটোত দ্বীন ইছলাম বা ইছলামী জীৱনব্যৱস্থাৰ কিছুমান সৌন্দৰ্য বৰ্ণনাৰ গুৰুত্ব আৰু দ্বীন ইছলামৰ কিছুমান সৌন্দৰ্য আৰু পৰিপূৰ্ণতাৰ নিদৰ্শন দাঙি ধৰা হৈছে।

Image

কোনটো ধৰ্ম উত্তম- হিন্দুধৰ্ম নে ইছলাম ধৰ্ম? আৰু কিয়? - (অসমীয়া)

এজন হিন্দু মানুহে সুধিছেঃ কোনটো ধৰ্ম উত্তম- হিন্দুধৰ্ম নে ইছলাম ধৰ্ম? আৰু কিয়? উক্ত প্ৰশ্নৰ উত্তৰ শ্বাইখ মুহাম্মদ ছলেহ আল-মুনাজ্জিদ হাফিজাহুল্লাহে প্ৰদান কৰিছে।