×
Image

বিদ‘আতৰ সংজ্ঞা, প্ৰকাৰভেদ আৰু আহকাম - (অসমীয়া)

বিদআত যিহেতু এটা ভয়াৱহ বিজানু, সেয়ে ইয়াৰ পৰা দুৰৈত থকা প্ৰত্যেকজন মুমিনৰ কৰ্তব্য।উক্ত প্ৰৱন্ধটোত বিদ‘আতৰ সংজ্ঞা, প্ৰকাৰভেদ আৰু আহকাম বৰ্ণনা কৰা হৈছে।

Image

(চৰীয়তৰ দৃষ্টিত) মাজাৰ আৰু কবৰৰ উদ্দেশ্যে কুৰবানী, মান্নত আৰু হাদিয়া পেচ কৰা আৰু এইবোৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা - (অসমীয়া)

মাজাৰ আৰু কবৰৰ উদ্দেশ্যে কুৰবানী, মান্নত আৰু হাদিয়া পেচ কৰা আৰু এইবোৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা এটা ডাঙৰ পাপ। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এই ধৰণৰ পাপ কাৰ্যৰ পৰা মুছলিম উম্মাহক কঠোৰভাৱে নিষেধ কৰিছে।উক্ত প্ৰৱন্ধটোত এই বিষয়ে আলোচনা কৰা হৈছে।

Image

মুমিনা নাৰীসকলৰ বাবে বিশেষ বিধি- বিধান - (অসমীয়া)

নাৰীসকলৰ প্ৰকৃত মৰ্যদা প্ৰদানকাৰী দ্বীন একমাত্র ইছলাম। ইছলামে তেওঁলোকৰ বহুতো বিষয় বিশেষ গুৰুত্বসহ গ্ৰহণ কৰিছে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াবা কেতিয়াবা কেৱল নাৰীসকলক উদ্দেশ্য কৰি উপদেশ প্ৰদান কৰিছিল। ‘আৰাফাৰ ময়দানত তেখেতে নাৰীসকলৰ ওপৰত পুৰুষসকলক হিতাকাঙ্ক্ষী হ’বলৈ উপদেশ দিছে, যিয়ে প্ৰমাণ কৰে নাৰীসকল বিশেষ যত্নৰ দাবীদাৰ। বিশেষকৈ বৰ্তমান সময়ত যেতিয়া মুছলিম....

Image

কলিমা ‘লা ইলা-হা ইল্লাল্লাহ’ৰ অৰ্থ, চৰ্তসমূহ লগতে ব্যক্তি আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ - (অসমীয়া)

‘লা ইলা-হা ইল্লাল্লাহ’ — আল্লাহৰ বাহিৰে আন কোনো সত্য মাবুদ বা উপাস্য নাই। এইটো ইছলামৰ চূড়ান্ত কলিমা, মানৱ জীৱনৰ পৰম বাক্য। এই সৰু কিন্তু মূল্যবান পুস্তিকাত এই বাক্যৰ মৰ্যাদা, ফজীলত, স্তম্ভ বা ৰুকন, চৰ্ত, অৰ্থ, চাহিদা বা দাবী, উপকাৰিতা আৰু প্ৰভাৱ আলোচিত হৈছে।