×
Image

অসমীয়া ভাষাত আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ। [ 007 ] ছুৰা আল-আ’ৰাফ - (অসমীয়া)

অসমীয়া ভাষাত (ছুৰা আল-আ’ৰাফ)ৰ অৰ্থানুবাদৰ অডিঅ ৰেকৰ্ডিং। আয়াত অনুসৰি খণ্ডিত। লগতে ক্বাৰী মিশ্বাৰী ৰাশ্বিদ আল-আফাছীৰ কণ্ঠত তিলাৱত।

Image

অসমীয়া ভাষাত আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ। [ 006 ] ছুৰা আল-আনআম - (অসমীয়া)

অসমীয়া ভাষাত (ছুৰা আল-আনআম)ৰ অৰ্থানুবাদৰ অডিঅ ৰেকৰ্ডিং। আয়াত অনুসৰি খণ্ডিত। লগতে ক্বাৰী মিশ্বাৰী ৰাশ্বিদ আল-আফাছীৰ কণ্ঠত তিলাৱত।

Image

অসমীয়া ভাষাত আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ। [ 005 ] ছুৰা আল-মায়িদাহ - (অসমীয়া)

অসমীয়া ভাষাত (ছুৰা আল-মায়িদাহ)ৰ অৰ্থানুবাদৰ অডিঅ ৰেকৰ্ডিং। আয়াত অনুসৰি খণ্ডিত। লগতে ক্বাৰী মিশ্বাৰী ৰাশ্বিদ আল-আফাছীৰ কণ্ঠত তিলাৱত।

Image

অসমীয়া ভাষাত আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ। [ 004 ] ছুৰা আন-নিছা - (অসমীয়া)

অসমীয়া ভাষাত (ছুৰা আন-নিছা)ৰ অৰ্থানুবাদৰ অডিঅ ৰেকৰ্ডিং। আয়াত অনুসৰি খণ্ডিত। লগতে ক্বাৰী মিশ্বাৰী ৰাশ্বিদ আল-আফাছীৰ কণ্ঠত তিলাৱত।

Image

অসমীয়া ভাষাত আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ। [ 003 ] ছুৰা আলে ইমৰাণ - (অসমীয়া)

অসমীয়া ভাষাত (ছুৰা আলে ইমৰাণ)ৰ অৰ্থানুবাদৰ অডিঅ ৰেকৰ্ডিং। আয়াত অনুসৰি খণ্ডিত। লগতে ক্বাৰী মিশ্বাৰী ৰাশ্বিদ আল-আফাছীৰ কণ্ঠত তিলাৱত।

Image

অসমীয়া ভাষাত আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ। [ 002 ] ছুৰা আল-বাক্বাৰাহ - (অসমীয়া)

অসমীয়া ভাষাত (ছুৰা আল-বাক্বাৰাহ)ৰ অৰ্থানুবাদৰ অডিঅ ৰেকৰ্ডিং। আয়াত অনুসৰি খণ্ডিত। লগতে ক্বাৰী মিশ্বাৰী ৰাশ্বিদ আল-আফাছীৰ কণ্ঠত তিলাৱত।

Image

অসমীয়া ভাষাত আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ। [ 001 ] ছুৰা আল-ফাতিহা - (অসমীয়া)

অসমীয়া ভাষাত (ছুৰা আল-ফাতিহা)ৰ অৰ্থানুবাদৰ অডিঅ ৰেকৰ্ডিং। আয়াত অনুসৰি খণ্ডিত। লগতে ক্বাৰী মিশ্বাৰী ৰাশ্বিদ আল-আফাছীৰ কণ্ঠত তিলাৱত।

Image

ৰজব মাহ সম্পৰ্কে সতৰ্কবাণী - (অসমীয়া)

ৰজব মাহ সম্পৰ্কে জ্ঞাতব্যঃ পৱিত্ৰ মাহ সমূহৰ বৰ গুৰুত্ব আহিছে। সেই পৱিত্ৰ মাহ সমূহৰ মাজতে এটা হৈছে ৰজব মাহ। গতিকে পাপ কৰ্ম আৰু প্ৰচলিত বিদআত বৰ্জন কৰি এই মাহৰ পৱিত্ৰতা ৰক্ষা কৰা প্ৰত্যেকৰে দায়িত্ব। এই প্ৰৱন্ধত সেই বিষয়টোকে উল্লেখ কৰা হৈছে।

Image

যুলহিজ্জা মাহৰ প্ৰথম দহ দিনৰ : ফজিলত আৰু আমল - (অসমীয়া)

এই ভাষনত কোৰআন আৰু ছুন্নাহৰ আলোকত যুলহিজ্জা মাহৰ প্ৰথম দহকৰ ফজিলত, আৰু ইয়াত কৰিবলগীয়া আমলসমূহ আলোচনা কৰা হৈছে।