×
Image

যাৰ ওপৰত ৰমজানৰ কাযা ছওম আছে সেই ব্যক্তিৰ আশ্বুৰাৰ ছওম (ৰোজা) পালন - (অসমীয়া)

প্ৰশ্ন: মোৰ ওপৰত ৰমজানৰ কাযা ৰোজা আছে। মই আশ্বুৰাৰ ৰোজা ৰাখিব বিচাৰো। এতেকে মোৰ বাবে ৰমজানৰ ৰোজা কাযা পালন কৰাৰ আগতে আশ্বুৰাৰ ৰোজা ৰখা জায়েয হ’বনে? মুহৰ্ৰম মাহৰ ১০ তাৰিখ আৰু ১১ তাৰিখে ৰমজানৰ কাযা ৰোজাৰ নিয়ত কৰি ৰোজা ৰাখিলে আশ্বুৰাৰ ৰোজাৰ ছোৱাব মই পামনে? উক্ত প্ৰশ্ন উত্তৰ প্ৰদান কৰিছে....