×
Image

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জন্ম আৰু মৃত্যুৰ তাৰিখ সম্পৰ্কে আলিমসকলৰ একাধিক অভিমত আৰু অগ্ৰগণ্য মতৰ উল্লেখ - (অসমীয়া)

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জন্ম আৰু মৃত্যুৰ তাৰিখ সম্পৰ্কে আলিমসকলৰ মাজত একাধিক অভিমত পোৱা যায়। সেয়ে এই ফতোৱাটোত সেই সকলো মত উল্লেখ কৰি অগ্ৰগণ্য মত পোষণ কৰা হৈছে।

Image

ডলাৰ বা টকাত সোণৰ নিছাব - (অসমীয়া)

কিমান পৰিমাণ টকা থাকিলে যাকাত দিব লাগিব বা সোণৰ নিছাব ডলাৰত অথবা টকাত কিমান হব এই সম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰ দিয়া হৈছে উক্ত ফতোৱাত।

Image

বছৰৰ মাজত উপাৰ্জিত সম্পদৰ যাকাত - (অসমীয়া)

প্ৰশ্ন: সম্পদৰ যাকাত নিচাব পৰিমাণ হোৱাৰ পৰা হিচাপ কৰা হ’ব? নে বছৰ পূৰ্ণ হোৱাৰ পিছত হিচাপ কৰা হ’ব? উক্ত ফতোৱাত প্ৰশ্নৰ উত্তৰ প্ৰদান কৰা হৈছে।

Image

মছজিদৰ ইমাম-মুৱাজ্জিনক যাকাতৰ ধন দিয়া যাবনে? - (অসমীয়া)

প্ৰশ্ন: মছজিদৰ ইমাম-মুৱাজ্জিন যদি আৰ্থিকভাৱে সচ্ছল নহয় তেনেহ’লে তেওঁলোকক যাকাতৰ পৰা এটা অংশ দিব পাৰিনে? উক্ত ফতোৱাত এই প্ৰশ্নৰ উত্তৰ দিয়া হৈছে।