আব্দুৰ ৰহমান বিন নাছিৰ আচ-চাদী
আব্দুৰ ৰহমান বিন নাছিৰ আচ-চা'দীঃ ১৩০৭ হিজৰী চনৰ মুহাৰ্ৰাম মাহৰ ১২ তাৰিখে উনাইজা চহৰত জন্ম গ্ৰহণ কৰে। ৬৯ বছৰ বয়সত ১৩৭৬ হিজৰী চনত পৰলোক গমন কৰে। ৩০ টাতকৈও অধিক কিতাপৰ তেওঁ প্ৰণেতা। তেখতৰ ৱেবছাইট http://www.binsaadi.com

API