তিনিটা মৌলিক নীতি আৰু তাৰ প্ৰমান সমূহ
এইটো মুহাম্মদ ইবন আব্দুল ওৱাহহাব - ৰাহিমাহুল্লাহ - ৰচিত এখন সংক্ষিপ্ত ও মূল্যবান পুস্তিকা।ইয়াত অতি সংক্ষেপে মানৱ জীৱনৰ মৌলিক কৰ্তব্য, সৃষ্টি ও স্ৰষ্টাৰ পৰিচয়, আল্লাহে আদেশ কৰা ইবাদত ও উপাসনাৰ প্ৰকাৰ ও ভাগ সমূহ, দ্বীনৰ সংক্ষিপ্ত বিৱৰণ, দ্বীন ইছলামৰ পৰ্যায়সমূহ, প্ৰত্যেক পৰ্যায়ৰ আৰকানসমূহ, নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ সংক্ষিপ্ত জীৱনি, তেখেতক প্ৰেৰণ কৰাৰ ৰহস্য, পৰকালৰ প্ৰতি ঈমান, আৰু তৌহীদৰ দুটা উপাদান যেনে তাগুতক পৰিহাৰ কৰা আৰু আল্লাহৰ প্ৰতি ঈমান আনা ইত্যাদি বিষয় সমূহ বৰ্ণনা কৰিছে। অসমীয়া অনুবাদৰ মূঠ পৃষ্টা হৈছে ৩৭ ।
এই বিষয়টোৰ অনুবাদ
- português - Portuguese
- اردو - Urdu
- Ўзбек - Uzbek
- Deutsch - German
- Shqip - Albanian
- español - Spanish
- فلبيني مرناو - فلبيني مرناو
- български - Bulgarian
- বাংলা - Bengali
- bosanski - Bosnian
- தமிழ் - Tamil
- ไทย - Thai
- Kiswahili - Swahili
- svenska - Swedish
- нохчийн мотт - Chechen
- Soomaali - Somali
- Soomaali - Somali
- тоҷикӣ - Tajik
- Pulaar - Fula
- Tiếng Việt - Vietnamese
- قمري - قمري
- bahasa Melayu - Malay
- മലയാളം - Malayalam
- हिन्दी - Hindi
- Hausa - Hausa
- Èdè Yorùbá - Yoruba
- فارسی - Persian
- Türkçe - Turkish
- עברית - Hebrew
- 中文 - Chinese
- Bahasa Indonesia - Indonesian
- Wikang Tagalog - Tagalog
- Français - French
- Français - French
- English - English
- پښتو - Pashto
- አማርኛ - Amharic
- Русский - Russian
- العربية - Arabic
- తెలుగు - Telugu
- ትግርኛ - Tigrinya
- ትግርኛ - Tigrinya
- नेपाली - Nepali
- Kurdî - Kurdish
- Kurdî - Kurdish
- italiano - Italian
- Nederlands - Dutch
- latviešu - Latvian
- ქართული - Georgian
- Türkmençe - Turkmen
- afaan oromoo - Oromoo
- ಕನ್ನಡ - Kannada
- Afaraf - Afar
- Akan - Akan
- Chichewa - Nyanja
- ગુજરાતી - Unnamed

API


