No Description
১৯৮২ চনত জন্ম। ছুডানত তেওঁৰ বাসস্থান।
সোমবাৰ ১ ফেব্ৰুৱাৰী ১৯১৫ চনত জন্ম। সোমবাৰ ১৩ চেপ্টেম্বৰ ১৯৮২ চনত মৃত্যুবৰণ কৰে।
মিছৰী ক্বাৰী
ফিলিস্তিনত (পেলিষ্টাইনত) জন্মগ্রহণ কৰে। বৰ্তমান জৰ্ডানত বাদশ্বাহ আব্দুল্লাহ মছজিদৰ ইমাম হিচাপে কাম কৰি আছে।
লিবাননত জন্ম। আৰবী ভাষাবিদ আলিম। বিভিন্ন দেশত শিক্ষকতা কৰিছে। বৰ্তমান মালয়ছিয়ান ইন্টাৰন্যাশনাল ইছলামিক ইউনিভাৰ্ছিটীত অধ্যাপক হিচাপে কাম কৰি আছে।
মিছৰী ক্বাৰী
তেখেত মৰিগাওঁ জিলাৰ অৱসৰপ্ৰাপ্ত জিলা ন্যায়াধীশ। বৰ্তমান সদস্য, বিদেশী ন্যায়াধিকৰণ নং– ১ গোৱালপাৰা।
ৰফিকুল ইছলাম পিতা হাবিবুৰ ৰহমান পিতা মছীৰুদ্দীন পিতা চৈয়দ চৰকাৰ। জন্মঃ ০১-১০-১৪১০ হিজৰী মুতাবিক ২৭-০৪-১৯৯০ চন তাৰিখে গোৱালপাৰা জিলাৰ হাগুৰিপাৰা গাওঁত জন্ম লাভ কৰে। মাহাদ ওছমান বিন আফ্ফান লি তাহফীজিল কোৰআনিল কাৰীমৰ পৰা কোৰআন হিফজ কৰি জামিয়া ইছলামীয়া খাৰুপেটীয়াত আৰবী শিক্ষা আৰম্ভ কৰে। ২০১০ চনত তাৰ পৰা আলিমিয়্যাতৰ চনদ লৈ....

API
