হিন্দু ধৰ্ম সিহঁতৰ মূল শিক্ষা, যুক্তি আৰু সুস্থ প্ৰাকৃতিক স্বভাৱৰ আলোকত এক পৰ্যালোচনা
নাৰীসকলৰ প্ৰাকৃতিক ৰক্তস্ৰাৱ সম্পৰ্কীয় বিধি-বিধান
মই এজন মুছলিম - (অসমীয়া)
মই এজন মুছলিম
জানাযাৰ মছলা মাছাইল আৰু তাৰ কিছুমান বিদআত - (অসমীয়া)
জানাযাৰ মছলা মাছাইল আৰু তাৰ কিছুমান বিদআতঃ উক্ত কিতাপ খনত লেখকে জানাযাৰ মছলা মাছাইল সমূহ কোৰআন আৰু বিশুদ্ধ হাদিছৰ আধাৰত লিপিবদ্ধ কৰিছে। কিতাপ খন সকলোৰে বাবে উপকাৰী।
ধৰ্মনিৰপেক্ষতাবাদ আৰু ইছলাম - (অসমীয়া)
ৰাষ্ট্ৰীয় জীৱন আৰু সামাজিক জীৱনৰ পৰা ধৰ্মক বহিষ্কাৰ কৰি জাগতিক জ্ঞান আৰু বিবেকবুদ্ধিৰ ভিত্তিত জীৱনব্যৱস্থা প্ৰতিষ্ঠা কৰাৰ আহ্বানেই হৈছে ধৰ্মনিৰপেক্ষতা। যি ব্যক্তিয়ে ইছলাম ধৰ্মৰ পৰিৱৰ্তে ধৰ্মনিৰপেক্ষতাত বিশ্বাস কৰে আৰু জীৱনৰ সকলো ক্ষেত্ৰত ইছলামী শ্বৰীয়তক আইন হিচাপে গ্ৰহণ নকৰে আৰু আল্লাহ তাআলাই যিবোৰ হাৰাম কৰিছে সেইবিলাকক তেওঁ নিষিদ্ধ বুলি নাভাবে- তেওঁ....
ছুৰা আল-ফাতিহা আৰু ছুৰা আল-বাক্বাৰাৰ অসমীয়া অনুবাদ লগতে সংক্ষিপ্ত ব্যাখ্যা কৰা হৈছে। ইয়াত আয়াতৰ দ্বাৰা আয়াতৰ তফছীৰ কৰা হৈছে আৰু ছহীহ হাদীছৰ দ্বাৰা লগতে ছাহাবী আৰু তাবেঈনসকলৰ উক্তিও অন্তৰ্ভূক্ত কৰা হৈছে। আক্বীদাৰ বিষয়টো বিশেষ মনোযোগ দিয়া হৈছে।
এজন হিন্দু মানুহে সুধিছেঃ কোনটো ধৰ্ম উত্তম- হিন্দুধৰ্ম নে ইছলাম ধৰ্ম? আৰু কিয়? উক্ত প্ৰশ্নৰ উত্তৰ শ্বাইখ মুহাম্মদ ছলেহ আল-মুনাজ্জিদ হাফিজাহুল্লাহে প্ৰদান কৰিছে।
উহুদৰ শ্বহীদসকলৰ কবৰ জিয়াৰতৰ চৰিয়তী বিধান - (অসমীয়া)
উহুদ: মদীনাৰ এটা প্ৰসিদ্ধ পাহাৰ। এই উহুদত সেই ঐতিহাসিক ঘটনা সংঘটিত হৈছিল, য’ত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ দাঁত ভাঙিছিল আৰু তেওঁৰ সন্মানিত চেহাৰাত আঘাতপ্ৰাপ্ত হৈছিল। এই প্ৰৱন্ধটোত উহুদৰ শ্বহীদসকলৰ কবৰস্থানত গৈ তেওঁলোকৰ প্ৰতি ছালাম আৰু তেওঁলোকৰ বাবে দুআ কৰাৰ উদ্দেশ্যে জিয়াৰত কৰাৰ চৰিয়ত সন্মত বিধি-বিধান লৈ আলোচনা কৰা হৈছে।
সঠিক পদ্ধতিত সহজ ছালাত (নামাজ) শিক্ষা - (অসমীয়া)
মাননীয় অৱসৰপ্ৰাপ্ত জিলা ন্যায়াধীশ ইকৰামূল হুচেইন ছাৰে সংকলন কৰা সঠিক পদ্ধতিত সহজ ছালাত শিক্ষা পুথিখনত কোৰআন আৰু ছহীহ হাদীছৰ আলোকত ছালাতৰ পদ্ধতি অতি সুন্দৰভাৱে উল্লেখ কৰা হৈছে। আশা কৰো অসমবাসী ৰাইজে ইয়াৰ দ্বাৰা উপকৃত হ’ব।
ভালপোৱা দিৱস সম্পৰ্কে ছৌদি আৰবৰ সৰ্বোচ্চ ওলামা পৰিষদৰ ফতোৱা
আল-কোৰআনুল কাৰীমৰ বিশ্বকোষ - (অসমীয়া)
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ আৰু বিশুদ্ধ তাফছীৰ, বিশ্বৰ বিভিন্ন ভাষাত প্ৰচাৰ কৰা এই প্ৰকল্পৰ মূল উদ্দেশ্য https://quranenc.com/app/#/sura/nav?lang=as&trans=assamese_rafeeq
IslamHouse.com - (অসমীয়া)
ইছলামী দাৱাৰ ক্ষেত্ৰত বিশ্বৰ ভাষাত ইছলাম হাউছ আটাইতকৈ ডাঙৰ ৱেবছাইট। ইয়াৰ কন্টেন্ট সমূহ বিনামূলীয়া ১০০ তকৈ অধিক ভাষাত। যেনে পুথি, অডিঅ. ভিডিঅ, পোষ্টাৰ, ইছলামীক আ্যপ আৰু বহুতো..... https://islamhouse.com/as/main

API



