কোৰআন তিলাৱাত বা আন আন ইবাদতৰ ছোৱাব মৃত ব্যাক্তিলৈ প্ৰেৰণ কৰা সম্পৰ্কে তিনিটা ফতোৱা। ১) জীৱিত ব্যক্তিৰ তিলাৱাত বা ইচালে ছোৱাবৰ দ্বাৰা মৃত ব্যক্তি উপকৃত হয়নে? ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম কবৰৰ ওচৰেদি যোৱাৰ সময়ত কি কৰিছিল? ২) তিলাৱাতৰ বিনিময় গ্ৰহণ কৰা বৈধনে? আৰু বিনিময়দাতা ইয়াৰ বাবে গুণাহগাৰ হবনে? ৩) কোৰআন....
কবিৰা গুনাহ কৰিলে ছওম নষ্ট হয় নেকি? - (অসমীয়া)
উক্ত ফতোৱাত কবিৰা গুনাহ কৰিলে ছওম নষ্ট হ’বনে নাই সেই বিষয়টো স্পষ্ট কৰা হৈছে।
উক্ত ফতোৱাটোত ফৰজ গুছল কৰিবলৈ পলম কৰিলে আনকি ফজৰৰ সময় হৈ গলে ছওম নষ্ট হ’ব নো নাই সেই বিষয়ে ফতোৱা প্ৰদান কৰিছে শ্বাইখ ছলেহ আল মুনাজ্জিদ হাফেজাহুল্লাহ।
বীৰ্যপাত নকৰাকৈ কেৱল হস্তমৈথুনৰ কাৰণে ছওম ভঙ্গ হ’বনে? এই বিষয়ে ফতোৱা প্ৰদান কৰিছে ইছলাম প্ৰশ্ন উত্তৰ বেৱছাইট কৰ্তৃপক্ষই।
মুআজ্জিনে আজান দি থকা অৱস্থাত স্ত্ৰী সহবাস কৰিছে, সেই ব্যক্তিৰ ছওম ভঙ্গ হ’বনে? এই বিষয়ে ফতোৱা প্ৰদান কৰিছে ইছলাম প্ৰশ্ন উত্তৰ বেৱছাইট কৰ্তৃপক্ষই।
উক্ত ফতোৱাত ৰমজান মাহত দিনৰ ভাগত শাৰীৰিক মিলন সংক্ৰান্ত ৬ টা মাছআলাৰ বৰ্ণনা কৰা হৈছে।
হাজীসকলে যদি আয়্যামে তাশ্বৰিকৰ তিনি ৰাতি মীনাত অতিবাহিত নকৰে তাক হুকুম কি? অথবা কোনোবাই যদি ভুলবশতঃ ৰাতি অতিবাহিত কৰিব পৰা নাই তাৰ বিধান কি?
এজন মৃত ব্যক্তিৰ ফালৰ পৰা একেই সময়ত দুজন ব্যক্তিৰ ওমৰাহ আদায় কৰা জায়েয হ’বনে নাই সেই বিষয়ে ফতোৱা প্ৰদান কৰা হৈছে।
এনে ব্যক্তি যিয়ে হজ্জ কৰিব বিচাৰে কিন্তু হজ্জৰ কাৰ্যাৱলী সম্পৰ্কে অৱগত নহয় তাৰ কৰণীয় কি এই বিষয়ে আলোচনা কৰা হৈছে
হাজী চাহেবৰ বাবে জুলহিজ্জা মাহৰ ১২ তাৰিখে পোৱাৰ ভাগত বিদায়ী তাৱাফ কৰা আৰু তাৰ পিছত মীনাত উভতি আহি শিল গুটি দলিয়াই নিজ দেশৰ উদ্দেশ্যে ভ্ৰমণ কৰা জায়েয হ’বনে?
কেনেকৈ আপোনাৰ হজ্জটো মকবুল হজ্জ হ’ব? - (অসমীয়া)
উক্ত ফতোৱাত মকবুল হজ্জৰ কিছুমান বিধি-বিধান উল্লেখ কৰা হৈছে যিবোৰ পালন কৰিলে এজন মুছলিম ব্যক্তিৰ হজ্জ সফল হ’ব ইন শ্বা আল্লাহ।
মুহৰ্ৰম মাহত অধিক নফল ৰোজা ৰখাৰ ফজীলত - (অসমীয়া)
প্ৰশ্ন: মুহৰ্ৰম মাহত অধিক ৰোজা ৰখা ছুন্নত নে? আন আন মাহৰ ওপৰত এই মাহৰ কোনো বিশেষত্ব আছে নেকি? উক্ত প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছে (আল-ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট কৰ্তৃপক্ষই)

API
