×
Image

দ্বীনৰ ওপৰত অবিচল থকাৰ উপায়সমূহ - (অসমীয়া)

উক্ত পুথিখনত দ্বীনৰ ওপৰত অবিচল থকাৰ কিছুমান উপায় আলোচনা কৰা হৈছে।বিশেষকৈ অন্যায়-অত্যাচাৰ ও যুলুম-নিৰ্যাতনৰ সময়ত এজন মুছলিমৰ কৰণীয় কি সেয়া কোৰআন আৰু হাদীছৰ আলোকত বৰ্ণনা কৰা হৈছে।

Image

হজ্জৰ মাহ সমূহত উমৰা কৰাৰ বিধান - (অসমীয়া)

হজ্জৰ মাহত উমৰা কৰা বৈধ নে অবৈধ সেই বিষয়ে এই ফতৱাটোত স্পষ্ট কৰা হৈছে

Image

হজ্বৰ পৰিচয় - (অসমীয়া)

এই ফতৱাটোত হজ্জৰ পৰিচয় দিয়া হৈছে

Image

ফৰজ গুছল কৰিবলৈ পলম কৰিলে আনকি ফজৰৰ সময় হৈ গলেও ছওম নষ্ট নহ’ব - (অসমীয়া)

উক্ত ফতোৱাটোত ফৰজ গুছল কৰিবলৈ পলম কৰিলে আনকি ফজৰৰ সময় হৈ গলে ছওম নষ্ট হ’ব নো নাই সেই বিষয়ে ফতোৱা প্ৰদান কৰিছে শ্বাইখ ছলেহ আল মুনাজ্জিদ হাফেজাহুল্লাহ।

Image

ডলাৰ বা টকাত সোণৰ নিছাব - (অসমীয়া)

কিমান পৰিমাণ টকা থাকিলে যাকাত দিব লাগিব বা সোণৰ নিছাব ডলাৰত অথবা টকাত কিমান হব এই সম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰ দিয়া হৈছে উক্ত ফতোৱাত।