এইটো এখন পামফ্লেট, যত হজ্জৰ আৰকান, কৰণীয় আৰু তাৰ বিধান সহজ-সৰলভাৱে বৰ্ণনা কৰা হৈছে।
হজ্জৰ আৰকান, কৰণীয় আৰু তাৰ বিধান - (অসমীয়া)
ওমৰাৰ আৰকান, কৰণীয় আৰু তাৰ বিধান - (অসমীয়া)
এইটো এখন পামফ্লেট, যত ওমৰাৰ আৰকান, কৰণীয় আৰু তাৰ বিধান সহজ-সৰলভাৱে বৰ্ণনা কৰা হৈছে।
আমাৰ যুৱ-সমাজ আৰু ইন্টাৰনেট - (অসমীয়া)
এই প্ৰৱন্ধত বাস্তৱতা আৰু অভিজ্ঞতাৰ আলোকত ইন্টাৰনেটৰ অপব্যৱহাৰ সম্পৰ্কে সতৰ্ক কৰা হৈছে আৰু ইয়াৰ নানাবিধ নেতিবাচক দিশসমূহ দাঙি ধৰা হৈছে। লগতে ইয়াৰ সঠিক ব্যৱহাৰ সম্পৰ্কে মুছলিম যুৱক-যুৱতীসকলক অনুপ্ৰেৰণা দিয়া হৈছে।
পাঁচ ওৱাক্ত ছালাতৰ সময় তালিকা - (অসমীয়া)
এইখন পাঁচ ওৱাক্ত ছালাতৰ সঠিক সময় তালিকা গুৱাটীৰ বাবে। আন আন জিলাসমূহৰ বাবে তলত উল্লেখ কৰা হৈছে ক’ত কিমান আগত আৰু পিছত সেই অনুযায়ী সঠিক সময় নিৰ্ধাৰণ কৰিব পাৰিব। যিকোনো ব্যক্তিয়ে ইয়াক ছপা কৰি মছজিদসমূহত দান কৰিব পাৰে। আল্লাহে ইয়াৰ প্ৰস্তুতকাৰীক আৰু মুদ্ৰণকাৰীক উত্তম প্ৰতিদান দিয়ক। আমীন।
বিশ্ব ভালপোৱা দিৱস পিছফালে উভতি চাওঁ আহক - (অসমীয়া)
উক্ত প্ৰৱন্ধত কোৰআন হাদীছৰ দৃষ্টিত ভালপোৱা আৰু বিশ্ব ভালপোৱা দিৱসৰ বিশ্লেষণ কৰা হৈছে লগতে বিশ্ব ভালপোৱা দিৱসৰ কিছু আঁৰৰ কথা দাঙি ধৰি ইয়াক পৰিহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে।
কবিৰা গুনাহ কৰিলে ছওম নষ্ট হয় নেকি? - (অসমীয়া)
উক্ত ফতোৱাত কবিৰা গুনাহ কৰিলে ছওম নষ্ট হ’বনে নাই সেই বিষয়টো স্পষ্ট কৰা হৈছে।
উক্ত ফতোৱাটোত ফৰজ গুছল কৰিবলৈ পলম কৰিলে আনকি ফজৰৰ সময় হৈ গলে ছওম নষ্ট হ’ব নো নাই সেই বিষয়ে ফতোৱা প্ৰদান কৰিছে শ্বাইখ ছলেহ আল মুনাজ্জিদ হাফেজাহুল্লাহ।
বীৰ্যপাত নকৰাকৈ কেৱল হস্তমৈথুনৰ কাৰণে ছওম ভঙ্গ হ’বনে? এই বিষয়ে ফতোৱা প্ৰদান কৰিছে ইছলাম প্ৰশ্ন উত্তৰ বেৱছাইট কৰ্তৃপক্ষই।
মুআজ্জিনে আজান দি থকা অৱস্থাত স্ত্ৰী সহবাস কৰিছে, সেই ব্যক্তিৰ ছওম ভঙ্গ হ’বনে? এই বিষয়ে ফতোৱা প্ৰদান কৰিছে ইছলাম প্ৰশ্ন উত্তৰ বেৱছাইট কৰ্তৃপক্ষই।
উক্ত ফতোৱাত ৰমজান মাহত দিনৰ ভাগত শাৰীৰিক মিলন সংক্ৰান্ত ৬ টা মাছআলাৰ বৰ্ণনা কৰা হৈছে।
হাজীসকলে যদি আয়্যামে তাশ্বৰিকৰ তিনি ৰাতি মীনাত অতিবাহিত নকৰে তাক হুকুম কি? অথবা কোনোবাই যদি ভুলবশতঃ ৰাতি অতিবাহিত কৰিব পৰা নাই তাৰ বিধান কি?
এজন মৃত ব্যক্তিৰ ফালৰ পৰা একেই সময়ত দুজন ব্যক্তিৰ ওমৰাহ আদায় কৰা জায়েয হ’বনে নাই সেই বিষয়ে ফতোৱা প্ৰদান কৰা হৈছে।

API


